Type Here to Get Search Results !

300+ Assamese Quotes of Life | Sad Assamese Whatsapp Status, Facebook, Instagram

 300+ Assamese Quotes of Life | Sad Assamese Whatsapp Status, Facebook, Instagram

Short quotes, sad Assamese quotes

Hello Everyone... Welcome to My Blog Post....

নমস্কাৰ, মোৰ মৰমৰ দাদা-দাদী, পেহা-পেহী, খুড়া-খুড়ী, ভাইতি-ভন্তি, প্ৰেমিক-প্ৰেমীকা, ককা-আইতা, আৰু মোৰ অতিকৈ মৰমৰ বন্ধু-বান্ধবী সকল…
যদি আপোনালোকে Social Media যেনে.... Facebook, Instagram, Twitter, Share Chat, আৰু Whatsapp ত আপোনাৰ প্ৰেমিক-প্ৰমিকা, বন্ধু-বান্ধবীৰ লগত সুখ-দুখৰ কিছুমান ভাৱ যেনে - জীৱনৰ আৱেগিক status, assamese short quotes, assamese quotes on life, assamese love quotes, অসমীয়া প্ৰেমৰ বাণী, অসমীয়া caption instagram, জীৱনৰ status, assamese quotes, অসমীয়া ডাইলগ, love quotes assamese, assamese quotes love, অসমীয়া caption for instagram, assamese whatsapp status, sad love quotes in assamese, assamese sad image, assamese caption for girls, life assamese quotes, life quotes assamese, assamese love status, assamese status image, assamese quotes about life, assamese line, love status assamese, assamese romantic quotes, assamese inspirational quotes, assamese caption for instagram, অসমীয়া প্ৰেমৰ status, short assamese quotes, status for life in assamese, assamese romantic status, assamese status photo, assamese quoteslove, প্ৰকৃতিৰ status, ভাল পোৱাৰ status, assamese sad photo, assamese sad shayari, love assamese status, assamese romantic shayari, assamese sad whatsapp status, assamese attitude caption, 300 Assamese Quotes of Life etc. প্ৰকাশ কৰিবৰ কাৰণে বিছাৰি নাই পোৱা বা ভাল ভাল আপুনি বিছৰা ধৰনৰ Quotes, Shayari, Status পোৱা নাই, তেন্তে আপুনি থিক ঠাইত আহি লেন 😁 কৰিছে, ইয়াত আপুনি বিছৰা ধৰনৰ সকলো Status পাব।

Sad Love Quotes In Assamese 2023

1. তোমাক নাপাও বুলি জানিও, তোমাক বিচাৰি সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও পাহৰি নাথাকো।

2. তাক যাব নিদিবা, যি তোমাৰ হাজাৰ অৱহেলাৰ পাছতো তোমাকেই ভাল পাই থাকে।
3. বিয়া ঘৰত খাবলৈ বহি কেতিয়াও বেয়াকৈ নকবা, কাৰণ এজন পিতৃয়ে সেই বিশেষ দিনটোৰ বাবেই গোটেই জীৱন উপার্জন কৰে।
4. সকলো লৰাই প্ৰেমক ধেমালি বুলি নাভাবে, সিহঁতেও সপোন দেখে ভালপোৱা ছোৱালী জনীক এদিন কইনা কৰি আজীৱন নিজৰ কাষলৈ অনিবলৈ।
5. সপোনবোৰ আধৰুৱা হৈ ৰ'ল, তুমি দিয়া প্ৰতিশ্ৰুতি ভাঙি গ'ল  আজীৱন লগত থাকিম বুলি কোৱা মোৰ প্ৰিয়জনীয়ে মোক এটা সৰু অজুহাত দেখুৱাই আঁতৰি গ'ল।
6. ধনী ঘৰত জন্ম ল'লে জীৱনটো উপভোগ কৰিবা, আৰু দুখীয়া ঘৰত জন্ম ল'লে জীৱন মানে কি বুজি পাবা।
7. কাৰোবাক ভুল বুজাৰ আগতে তেওঁৰ পৰিস্থিতিৰ বিষয়ে বুজ লোৱাতো উচিত।
8. এজনী ছোৱালীৰ আটাইতকৈ বেছি Attractive বস্তু হৈছে, তেওঁৰ ব্যৱহাৰ আৰু কথা বতৰা বোৰ।
9. জীৱনটো সহজ হৈ পৰিব, যেতিয়া তুমি তোমাৰ জীৱনৰ পৰা Negative মানুহ খিনিক Delete কৰি দিবা।
10. দুখ সহ্য কৰিব পৰিলেও কেতিয়াও মিছা কথা সহ্য কৰিব নোৱাৰি।

জীৱনৰ আৱেগিক Status

11. প্ৰকৃত পুৰুষে নাৰীক দাসী ৰূপত নহয়, ৰাণী ৰূপত চাবলৈ বেছি পছন্দ কৰে।
12. হাঁহিবলৈ টকা-পইচাৰ প্ৰয়োজন নাই, কেতিয়াবা কাৰোবাৰ এষাৰ মাতেৰে অলেখ হাঁহি বিয়োপায়।
13. বাৰে বাৰে নাহে সঁচা মৰম দিয়াজন জীৱনলৈ সময় থাকোতেই গুৰুত্ব দিবলৈ শিকা।
14. সেইজনৰ বাবে জীয়াই থাকিব শিকা, যিজনে তোমাৰ বাবে মৰিবলৈ ও সাজু ।
15. ভাল পোৱাটো পাপ নহয়, মানুবোৰ পাপী, ভালপোৱাই মানু্হক নকন্দুৱাই, মানুহে মানু্হক কন্দুৱাই , ভালপোৱাই মানু্হক কষ্ট নিদিয়ে, মানুহে মানু্হক কষ্ট দিয়ে, এইটোৱে বাস্তব।
16. ৰূপৰ সৌন্দৰ্যতাৰ দ্বাৰা ব্যক্তি এজনৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিব পৰা নাযায়। ব্যক্তি এজনৰ মন, ব্যৱহাৰ, চিন্তা ধাৰাৰ দ্বাৰাই হে এজন প্ৰকৃত ব্যক্তি চৰিত্ৰ নিৰ্ধাৰণ কৰাত সহায় কৰে ।
17. বেলিটোও অকলশৰীয়া, কিন্তু সদায় পোহৰ দি থাকে ! আপুনিও আপোনাৰ কাষত কোনোবা থাকক বা নাথাকক সদায় নিজকে সুখী আৰু সৰলতাৰে ৰাখক।
18. নিজৰ বাহিৰে‌ সকলোৱে আপোন, মাথো দুদিনৰ বাবেহে, লাগিলে তেজৰ সম্পৰ্কীয় নহওঁক কিয়!
19. জীৱনত ডাঙৰ হোৱা, কিন্তু কাকো সৰু কৰি নহয়। জীৱনত হাঁহিবলৈ শিকা, কিন্তু কাকো কন্দুৱাই নহয়। জীৱনত জয়ী হোৱা, কিন্তুু কাকো ঠগি নহয়। জীৱনত সুখী হোৱা, কিন্তুু কাকো কষ্ট দি নহয়।
20. ব্যস্ততাবোৰ শেষ হলেই নীসংগতাই আৱৰি ধৰে, টোপনিও আজিকালি নলয়চোন আঁকোৱালি, অনুভৱবোৰ শেতেলিত ৰাতিপুৱা পাৰ হৈ যায়, উজাগৰি উত্তৰবিহীন প্রশ্নবোৰৰ উত্তৰ বিচাৰি।

Assamese Short Quotes

21. এনেকুৱা এজন মানুহৰ লগত আছোঁ যিজনে মোক বুজি ও নুবুজা ভাও ধৰি ।মোক অবহেলা কৰে। আৰু মোৰ ভুল এইটোয়ে মই তেওঁ কৰা আবাহেলা পৰিবৰ্তে ভাল পোৱা দিবলৈ চেষ্টা কৰি আছোঁ।
22. কোনো কাৰো আপোন নহয়, দুদিনৰ চিনাকি, দুদিনৰ পৰিচয়, কিছু ভাল লগা সময় আৰু সামন‍্য অভিনয়।
23. পৃথিৱীত সকলাে বস্তুৱেই মূল্যৱান, মাত্ৰ সেয়া হেৰাই যোৱাৰ পিছত আৰু বিছাৰি পোৱাৰ আগত।
24. কাৰোবাক ইমানো অৱহেলা নকৰিৱা যে, কান্দি কান্দি সি তোমাক হাতযোৰ কৰিবলৈ বাধ্য হৈ পৰে।
25. সেইজনী ছোৱালী বহুত ভাগ্যৱান যাৰ জীৱন সংগী মানুহজনৰ টকা কম থাকিলেও চৰিত্ৰটো খাটি।
26. নাৰীক সন্মান কৰাটো নাৰীৰ প্ৰতি থকা দুৰ্বলতা নহয়, এইয়া হৈছে এগৰাকী নাৰীৰ প্ৰতি থকা মমতাহে।
27. দুখীয়া বুলি কাকো নাহাঁহিবা কাৰণ জন্ম হৈ কোনো ধনী হৈ নাহে আৰু দুখীয়া পৰা হে জীৱন সংগ্ৰামৰ প্ৰথম শিক্ষা পোৱা যায়।
28. মানুহ বোৰে Social Media ত মাকৰ প্ৰতি যিমান মৰম দেখুৱাই বাস্তৱত যদি তাৰে আধাও মৰম কৰিলে হেঁতেন তেনেহলে বৃদ্ধাশ্ৰম নাথাকিলে হেঁতেন।
29. প্ৰতিজনী ছোৱালীয়ে যদি টকা পইচা দেখি  প্ৰেম কৰা হ'লে আজি দুখীয়া দুখীয়া মানুহ বোৰৰ সংসাৰ কৰা নেদেখিলোঁ হয়।
30. হে ভগৱান কন্যা সন্তান তেওঁক হে দিব যিয়ে তাইক বোজা বুলি নহয়, ঘৰৰ লখিমী বুলি ভাবে।

Assamese Quotes On Life

31. যিয়ে তোমাক পাত্তা নিদিয়ে তেওঁকো পাত্তা দিয়াৰ কোনো প্ৰয়োজন নাই। এইটো জানি ল'বা যে, “তোমাৰ ওচৰত তুমিয়েই মহান”।
32. এজন দায়িত্ববান ল'ৰাই হে পাৰে এজনী পাগলী টাইপৰ ছোৱালীক জীৱন সলাই‌ দিবলৈ।
33. মা দেউতাৰ পৰা দাবী কৰি বস্তু লোৱাতকৈ অলপ অলপ কৈ টকা জমা কৰি ভাল লগা বস্তু কিনাৰ আনন্দ মধ্যবিত্ত পৰিয়ালৰ সন্তানে ভাল দৰে বুজে।
34. প্ৰিয়জনৰ লগত পাৰ্কত নাযাওঁ, মন্দিৰত গৈ সেৱা এটা ল'বলৈ মনত আশা এটা পুহি ৰাখিছোঁ।
35. মা দেউতা অসুস্থ হ'লে গোটেই ঘৰখনেই অসুস্থ হৈ পৰে যেন সকলোৰে কাৰণে দিনটোৱেই অশুভ হৈ পৰে।
36. প্ৰিয় মানুহ সেইজন‌ হে, যিয়ে অতীত খুচৰি নহয়, অতীতক পাহৰাই নতুনকৈ জীয়াই থাকিবলৈ শিকাই।
37. প্ৰথম প্ৰেম দ্বিতীয় বুলি কোনো কথা নাই যাক পাই তুমি অতীত পাহৰিব পাৰিছা সেয়াই হয়তো প্ৰেম।
38. ভুল থাকক বা নাথাকক ক্ষমা সেইজনেই প্ৰথমে বিচাৰে যিয়ে তোমাক হেৰুৱাব ভয় কৰে।
39. Depression শব্দটো কেৱল প্ৰেম ভালপোৱাৰ ক্ষেত্ৰতে জড়িত নাথাকে, কেতিয়াবা জীৱনৰ আন আন সমস্যা বোৰৰ লগত ও আগুৰি ধৰে।
40. এজন পাগল টাইপৰ ল'ৰাক সথিক পথত অনাৰ কাৰণে এজনী ছোৱালীৰ প্ৰকৃত সচাঁ প্ৰেমে যথেষ্ট।

Assamese Love Quotes 2023

41. প্ৰতিজনী ছোৱালীৰে এটা নিজস্ব সপোন থাকে আত্মনিৰ্ভৰশীল হৈ দেউতাক অলপ সহায় কৰা।
42. প্ৰত্যেক জন মানুহৰ জীৱনত এনেকুৱা এজন সংগী থকা খুবেই জৰুৰী যিয়ে তোমাৰ যিকোনো বিপদৰ সময়ত তোমাৰ সাহস হৈ থিয় দিয়ে।
43. টকা জমা কৰি ভাল লগা বস্তু কিনাৰ আনন্দ কি সেয়া মাত্ৰ মধ্যবিত্ত ঘৰৰ ল'ৰা ছোৱালীয়েহে ভাল দৰে বুজি পায়।
44. মিছা কথা কৈ Hero' হোৱাতকৈ সৎ পথত চলি সাধাৰণ হোৱাটোৱেই বহু গুণে ভাল।
45. আমাৰ দৰে Single সকলৰ বাবেটো Meme বোৰেই প্ৰিয় হৈ পৰে।
46. প্ৰতিটো সম্পৰ্কত এজাক ধুমুহাৰ খুবেই প্ৰয়োজন, কাৰণ সেই হৈ যোৱা ধুমুহা জাকৰ পৰাহে গম পোৱা যায় কোন, কাৰ কিমান আপোন আছিল।
47. দুখীয়া ঘৰৰ লৰা-ছোৱালীৰ মুখত যিমান কি হাঁহি নাথকক, ঘৰৰ কিছুমান অভাৱে চকুপানী উলিয়াবই।
48. ছোৱালী মানেই নিজৰ পছন্দৰ ল'ৰাটোক ত্যাগ কৰি অচিনাকি ল'ৰা এজনৰ লগত বিয়াত বহিব লগীয়া হয়। একমাত্ৰ মাক দেউতাকৰ স্বাৰ্থত।
49. খং দেখুৱাই Bye বুলি কোৱাৰ পাছতো এটা Reply পোৱাৰ আশাৰে ৰৈ থকাৰ নামেই হয়তো সচাঁ ভালপোৱা।
50. শৰীৰৰ অৰ্ধ অংগ দেখুৱাই ফটো দিলে Like Comment পাব পাৰিবা ভন্টি ! কিন্তু বাস্তৱ জীৱনত তোমাৰ  সন্মান কমি যাব।

অসমীয়া প্ৰেমৰ বাণী

51. “ব্যস্ত আছোঁ” এইয়া মাথোঁ অজুহাত হে মাত্ৰ প্ৰিয়জনৰ খবৰ ৰাখিবলৈ সময়ৰ নহয়, প্ৰিয়জনৰ প্ৰতি গুৰুত্ব প্ৰয়োজন হয়।
52. তোমাক  দামী দামী উপহাৰ দিবলৈ মোৰ সামৰ্থ্য নাই কিন্তু ৫ টকীয়া সেন্দুৰ দি ভালপোৱাৰ পূৰ্ণতা দিব পাৰিম।
53. জীৱনটোক লৈ তুমি যিমানেই যি সপোন নেদেখা কিয় শেষত ভাগ্যত যি লিখা থাকে, সেয়াই হ'ব।
54. ভাল সেইজনক পোৱা যিয়ে তোমাক পাই দ্বিতীয় জনৰ কথা নাভাবে।
55. এজনী ছোৱালীয়ে জীৱনত আটাইতকৈ বেছি আশা কৰা বস্তুটো হৈছে এজন কেয়াৰিং লাইফ পাটনাৰ পোৱা।
56. বহু ছোৱালীৰ নিজস্ব সপোন থাকে যে তাই নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজৰ লগতে মাক দেউতাকৰ আধৰুৱা সপোন বোৰ পূৰণ কৰাৰ।
57. তুমি যিমানেই চুটি চুটি কপোৰ নিপিন্ধা কিয় ভালটো চাদৰ মেখেলা পিন্ধা কেইজনীক হে লাগে।
58. সেইজনক আপোন কৰি লোৱা, যিয়ে সমাজৰ আগত তোমাক গ্ৰহণ কৰিবলৈ লাজ নকৰে।
59. ছোৱালী বোৰে জীৱনত বহুত উপহাৰ পায় কিন্তু কোনো লʼৰাই দিয়া সন্মান ছোৱালীৰ আটাইতকৈ ডাঙৰ উপহাৰ।
60. জীৱনলৈ বেয়া দিন আৰু বেয়া বন্ধু অহাটো খুবেই প্ৰয়োজন, নহ'লেনো মুখা পিন্ধা ভদ্ৰ স্বাৰ্থপৰবোৰক কেনেকৈ চিনি পাবা !

অসমীয়া Caption Instagram

61. এজনী বিশ্বাসী কʼলা ছোৱালী, হাজাৰ হাজাৰ জনী ধুনীয়া ছোৱালীতকৈ বহুগুণে ভাল।
62. যিজনী ছোৱালীয়ে ঘৰৰ অভাৱ দেউতাকৰ কষ্ট বুজি পায়, সেইজনী ছোৱালীয়ে ল'ৰাৰ জীৱনৰ লগত কেতিয়াওঁ নেখেলে।
63. এজনী ছোৱালী নিজৰ ভৰিৰ ওপৰত থিয় হোৱাটো খুবেই জৰুৰী। টকাৰ বাবে নহয়, তাইৰ নিজৰ আত্মসন্মানৰ বাবে।
64. সচা‍ঁই আচৰিত এই পৃথিৱী ; "কাৰোবাক নিজৰ বিফলতাৰ কাহিনী শুনাবলৈও সফল হোৱাৰ প্ৰয়োজন "
65. প্ৰিয় মানুহজনক/মানুহগৰকীক কাষত পোৱাটো সকলোৰে ভাগ্যত নাথাকে, যিয়ে পাই তেওঁ সচাঁকৈ ভাগ্যবান হয়।
66. সেইজনক ভালপোৱা যিয়ে তোমাক হেৰুৱাব ভয় কৰে, তোমাৰ মনটোক বুজি উঠে, তোমাক গুৰুত্ব দিয়ে।
67. প্ৰতিজনী ছোৱালীয়ে KTM DSLR নিবিচাৰে, কিছুমানে দেউতাকৰ দৰে সৎ পথে উপাৰ্জন কৰা চাইকেল খনেটো সুখী হোৱাৰ সপোন দেখে।
68. প্ৰিয়জনৰ পৰা বিচাৰি বিচাৰি সময় নলʼবা ভালপোৱা যদি সচাঁ হয়, হাজাৰ ব্যস্ততাৰ মাজতো সময় দিয়াৰ চেষ্টা কৰিব।
69. সেইজনী ছোৱালী টকাৰ প্ৰেমত কেতিয়াও নপৰে, যিজনী ছোৱালীয়ে মাক দেউতাকৰ অভাৱ দেখি তাই নিজৰ সৰু সৰু আমেজ‌ বোৰ ত্যাগ কৰে।
70. তোমাৰ কাষত অন্য কাৰোবাক দেখিলে খং কৰাটো মোৰ তেওঁৰ প্ৰতি হিংসা নহয়, এয়া তোমাক হেৰুৱাৰ ভয় হে মাথোঁ।

অসমীয়া ডাইলগ

71. সিদিনা উৰে নিশা সাৰে থকা কলিজাটোক সুধিছিলো; "মোৰ পৰী জনী ক'ত ?" কলিজাটোৱে উচুপি উচুপি ক'লে, " উদাসী বনলৈ আৰু কেতিয়াও হৰিণী নাহে "
72. পৰাধীনতাৰ ৰঙীণ ছাতিটোৰ মূল্যতকৈ স্বাধীন ৰং বিহীন ভঙা জাপিটোৰ মূল্য বহুত বেছি।
73. 5 বছৰ Relationship'ত থকাটো Main নহয় দিনটোৰ 5 মিনিট প্ৰিয়জনৰ খবৰ ৰখাটোহে Main.
74. পৃথিৱীত সকলো সলনি হ'ব পাৰে, কিন্তু মাʼৰ মৰম কেতিয়াও সলনি নহয়, মোৰ মা মোৰ বাবে পৃথিৱী।
75. এটা ল'ৰা আৰ্থিক ভাবে টনকিয়াল হোৱাটো খুবেই দৰকাৰ কাৰণ ল'ৰাক টকা চাই সন্মান দিয়ে চৰিত্ৰ চাই নহয়।
76. প্ৰিয়জনক বহুত বিশ্বাস কৰিলেও তেওঁ ওপৰত অলপ সন্দেহ থাকিবই। কাৰণ প্ৰিয়জন বেলেগৰ হোৱাটো কেতিয়াও সহ্য কৰিব নোৱাৰি।
77. দেউতাকৰ টকাৰে বাইক কিনি Girlfriend ক লৈ ফুৰাজন কেতিয়াও Hero নহয় নিজৰ উপাৰ্জনৰ টকাৰে বাইক কিনি দেউতাকক লৈ ফুৰাজনেই প্ৰকৃত Hero.
78. শৰীৰ স্পৰ্শ কৰি সম্পৰ্ক ৰখাটোক প্ৰেম নকয়.. মৰম আৰু বিশ্বাসৰ যোগদি অন্তৰত স্থান ল'ব পৰাটোহে প্ৰকৃত প্ৰেম।
79. অলপ দেৰিকৈ হ'লেও এটা সময়ত প্ৰত্যেকজন মানুহৰ জীৱনত এনেকুৱা এজন ব্যক্তিৰ আগমন হয়, যিয়ে খেলি মেলি হৈ থকা জীৱনটোক ভাল দিশলৈ লৈ আনে।
80. এফালে অভাৱ অনাটনেৰে ভৰা ঘৰ আনফালে বিশাল সপোন এয়াই মধ্যবিত্ত ৰ সপোনৰ নাচোন।

Love Quotes Assamese

81. সকলো মানুহৰে জীৱনত কম বেছি পৰিমাণে হ'লেও দুখ থাকেই, কিছুমানে ষ্টেটাছত প্ৰকাশ কৰে আৰু কিছুমানে হাঁহিৰে ঢাকি ৰাখে।
82. দুখবোৰ খুলি ক'ব পৰা বিশ্বাসী কোনো নাই বাবেই, আজি ডিপ্ৰেছন বোৰ বাঢ়ি যাব ধৰিছে।
83. প্ৰিয়জন জীৱনলৈ দেৰিকৈ আহক কোনো কথা নাই কিন্তু সঠিক এজন অহাটো বিচাৰোঁ।
84. আমাৰ কাহিনী ইমানেই আছিল, তেওঁ মোক কেতিয়াও ভাল পোৱা নাছিল, আৰু মই তেওঁক কেতিয়াও বেয়া পোৱা নাছিলো ।
85. ভীৰু আৰু দূৰ্বল মনৰ ব্যক্তিয়ে দৈহিক মৃত্যুৰ পূৰ্বেও অনেকবাৰ মৃত্যু বৰণ কৰে। সঁচা অন্তুৰৰ ব্যক্তিৰ কথা আৰু কামত সদায়ে আত্মবিশ্বাসৰ সুৰ ফুটি উঠে।
86. সচাঁ ভাল পাইছিলো বাবে আজিও অকলে আছো, ভাল নোপোৱা হলে মইয়ো কিজানি বেলেগৰ লগত Love Anniversary পাতি থাকিলো হয় আজি।
87. কাৰোবাৰ অতীত চাই তেওঁৰ বৰ্তমানৰ চৰিত্র বিচাৰ নকৰিব।
88. জীৱন নামৰ নাটকখনত কোনো স্থায়ী নহয় -না কাহিনী, না চৰিত্ৰ, না সংলাপ, না পৰিবেশ, না সংগীত এটাই মাত্ৰ সত্য যে ই এখন নাটক।
89. আনৰ চৰিত্ৰ খুচৰাৰ আগত নিজৰ চৰিত্ৰ 10 বাৰ খুচৰি চাবা, কাৰণ ভাল মানুহে কেতিয়াও আনৰ চৰিত্ৰ নোখোঁচৰে।
90. আগৰ দিনৰ মানুহ বোৰ বেছি  শিক্ষিত নাচিল সচাঁ । কিন্তু তেওঁলোকে কেতিয়াও নিজৰ মাক দেউতাকক বৃদ্ধ আশ্ৰমত থোৱা নাচিল।

Assamese Quotes Love

91. সৰু সৰু সুখবোৰ বুকুত লৈ ফুৰো সৰু সৰু কথাতে ছিৰিয়াছ হওঁ কি কৰিম ? আমি বোৰ যে সৰু মানুহ, আত্মসন্মানৰ দামবোৰ বৰ বেছি আমাৰ।
92. হহোঁৱাই থকা এজন দৰকাৰ, কন্দুৱাই তো জীৱনটোৱেও আছে।
93. দেখিবলৈ ধুনীয়া হোৱাত কৈ Strong হোৱাটো বেছি প্ৰয়োজনীয়।
94. এজন মানুহে আন এজন মানুহক কৰা শ্ৰদ্ধা আৰু নাৰীক কৰা সন্মানৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁৰ পাৰিবাৰিক শিক্ষা বহুত বেছিয়ে ভাল।
95. তুমি য'দি আগবাঢ়ি যাৱ বিচৰা , পৃথিৱীত কোনো শক্তি নাই , যিয়ে তোমাক বাধা দি ৰাখিব পাৰিব ।
96. পৰিশ্ৰম কৰিব লাগিব, কষ্ট কৰিব লাগিব তেহে জীৱনটো সুন্দৰ হ'ব।
97. মোৰ শূণ্যতাই তোমাক এদিন নিঃশব্দে কন্দোৱাব।
98. প্ৰিয় মানুহটোৰ প্ৰিয় হৈ থকাৰ ভাগ্য সকলোৰে নাথাকে, মোৰো নাছিলে।
99. আশা কেবল ভগৱানৰ ওচৰত ৰাখিব লাগে, মানুহৰ ওপৰত ৰখাটো নিৰ্ভেজাল মূৰ্খামি !
100. ভাগ্যত যিজন নাথাকে সেইজনেই হৃদয়ত খোপনি পাতে।

অসমীয়া Caption For Instagram 2023

101. সময়বোৰ এনেই অপব্যৱহাৰ নকৰিবা ইয়াক সৎ কামত নিয়োজিত কৰা । চাবা এদিন সুখৰ দিন আপোনাৰো আহিব ।
102. ভাল পোৱাতকৈ ভাল লাগি থকাই ভাল হেৰুৱাব ভয় নাথাকে।
103. পৰিস্থিতি যেনেকুৱাই নহওঁক কিয়,সঁচা ভালপোৱা জনে কেতিয়াওঁ এৰি থৈ নাযায় কাৰণ এৰি যোৱা জনৰ বাবে সাধাৰণ এটা কাৰণেই যথেষ্ট।
104. কিছুমান মধুৰ সম্পৰ্কৰ ভূলৰ বাবেই ভাঙি যায়  এজনৰ খং, অভিমান আৰু মৰমবোৰ এজনে যেতিয়া বোজা বুলি ভাবি লয়।
105. এজনে যদি সম্পৰ্কটো ৰাখিব বিচাৰে আনজনে যদি সম্পৰ্কটো ৰাখিব নিবিছাৰে তেন্তে সেই সম্পৰ্কটো শেষ কৰি দিয়াই উচিত।
106. ভূলটো আমি তেতিয়াই কৰো ন  যি আমাক গুৰুত্ব নিদিয়ে বুলি জানিও বাৰে বাৰে তেওঁ ওচৰত গুৰুত্ব বিচাৰি গৈ।
107. জীৱনত যিমান ডাঙৰ বিপদ আহিলেও তোক এৰি নাযাওঁ বুলি কোৱা জনকহে প্ৰিয়জন হিচাপে বিচাৰো।
108. সচাঁ অন্তৰেই যদি তেওঁক ভাল পোৱা তেন্তে সম্পৰ্কটোৰ পৰা জেদবোৰ আতঁৰাই  মৰমেৰে আগুৱাই যোৱা।
109. প্ৰেম কি আচৰিত ন তুমি যাক লৈ বেছি সপোন দেখা তেওঁ আন কৰোবাৰ হ'ব বিচাৰে।
110. নিজৰ সপোনবোৰ পূৰাবলৈ সুবিধা পালেও কিছুমান মানুহে আমাক যেনেকৈ নহওঁক বাধা দি ৰখাই দিয়ে সেই তেতিয়াই সপোনবোৰ মৰহি যায় আৰু দ্বিতীয় বাৰ সপোন দেখিবলৈ মন নাযায়।

Assamese Whatsapp Status

111. প্ৰেম এক স্বৰ্গীয় অনুভূতি, ইয়াৰ আকাৰ নাই, আকৃতি নাই, ৰং নাই, ইয়াৰ নাই কোনো ধৰ্ম। ত্যাগৰ নামেই হল প্ৰেম।
112. ল'ৰা বোৰে  সেই দিনাৰ পৰাই সপোনবোৰ সীমিত আকাৰত দেখিবলৈ ধৰে, যি দিনা ঘৰ খনৰ দায়িত্বভাৰ নিজৰ ওপৰত আহি পৰে।
113. কাৰোবাক ভাল পালে ইমান খিনি পোৱা ,যাতে সামান্য কষ্ট অনুভৱ কৰিলেও আগতে তোমাৰ কথা মনত পেলায়।
114. যদিও বা কওঁ অকলশৰে থাকিয়েই ভাল লাগে তথাপিও কোনোবাখিনি সময়ত প্ৰিয়জনৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰোঁ৷
115. আচলতে মনৰ ভিতৰত তোমাক কবলৈ বহু কথাই আছে কিন্তু, শব্দৰ অভাৱত বহু কথাই ৰৈ যায় কবলৈ।
116. জীবনটো দুদিনীয়া সেইবাবে কাৰোবাৰ ওপৰত খং নকৰিবা, জীয়াই থকা দুটা দিন হাঁহি থাকিবলৈ চেষ্টা কৰা।
117. জীৱনত খালি পেটে আৰু খালী জেপে যিখিনি শিক্ষা দিয়ে সেয়া কোনো বিশ্ববিদ্যালয় বা শিক্ষকে শিকাব নোৱাৰে।
118. মৰম-ভালপোৱা দিয়া হয়, ই জুখিব পৰা বস্তু বা প্ৰমাণ কৰিব লগা কোনো গণিত নহয়।
119. অৰ্থহীন প্রেমক লৈ জীয়াই থকাতকৈ, সপোনৰ জগতত জীয়াই থকাই ভাল।
120. খোলা চকুৰে দেখা সপোনবোৰক  গুৰুত্ব দিয়া , বন্ধ চকুৰে ৰাতি দেখা সপোনবোৰক নহয় ।

Sad Love Quotes In Assamese

121. হাঁহি ধুনীয়া হয় হাঁহিব জানিলে কথা ধুনীয়া হয় কব জানিলে সম্পৰ্ক ধুনীয়া হয়, বিশ্বাস আৰু বুজা পৰা থাকিলে সকলো ধুনীয়া হয় এটা ভাল মন থাকিলে।
122. কাৰোবাৰ ওচৰত হাৰি যোৱাৰ বাবে জন্ম লোৱা নাই, হয় জিকিম, নহলে শিকিম।
123. কাৰোবাক মৰমৰ দিয়াটো আটাইতকৈ ডাঙৰ উপহাৰ আৰু বেলেগৰ পৰা পোৱা মৰমৰ বোৰ আটাইতকৈ ডাঙৰ সন্মান ।
124. আতৰি যোৱা জন কেতিয়াও আপোন নাছিল, আপোন হলে কেতিয়াও আতৰি নগলে হয়।
125. মানুহৰ শৰীৰত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটোৱেই হৈছে হৃদয়,। গতিকে,হৃদয়খনেই যদি চাফা  নহয় তেন্তে মানুহৰ জিলিকি থকা ধুনীয়া চেহেৰাটোও একো কামৰ নহয়।
126. অসহায় কি সেইজনক সুধা যিজনৰ চিনাকি বহুত আছে কিন্তু মনৰ কথা কবলৈ কাষত কোনো নাই।
127. ছোৱালী এজনীৰ কান্ধত হাত খন থওঁতে তাই যাতে ভয়ৰ  সলনি সেই হাত খনত সুৰক্ষাৰ পথ পাই তেনেকৈ থোৱা।
128. ছোৱালীৰ জীবনটো কি আছৰিত ন নিজৰ ঘৰখন এৰি আনৰ ঘৰ এখনলৈ যাব লাগিব, আমি চোন দুদিন কৰবাত থাকিলেই মাথা গৰম হৈ যায়।
129. আপোনাৰ পৰিয়ালটো কিমান ধনী সেইটো ডাঙৰ কথা নহয়, আপোনাৰ  পৰিয়ালটো কিমান সুখী সেইটোহে ডাঙৰ কথা।
130. দেউতা নামৰ গছজোপাৰ ছাঁ যাৰ ওপৰত নাই তেওঁ বুজে ৰদৰ তাপ কিমান প্ৰহৰ হয়।

Life Assamese Quotes

131. সৰু হৈ থাকোতে সন্ধিয়া নামিছিল তাৰ পিছত ৰাতি হৈছিল, এতিয়া কেৱল ৰাতিপুৱা হোৱাৰ পিছতে ৰাতি হৈ যায়।
132. জীৱনৰ আটাইতকৈ কঠিন কাম হৈছে নিজক সংশোধন কৰা, আৰু আটাইতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা।
133. জীৱনটো‌ সদায় OTP ৰ দৰে গঢ়িবলৈ চেষ্টা কৰক, যাতে কোনেও আপোনাক দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰে।
134. প্ৰেমতকৈ যুদ্ধত অৱৰ্তীণ হোৱাই ভাল, কাৰণ যুদ্ধত হয় মৰিম নহলে বাচিম । কিন্তু প্ৰেমত মৰিবও নোৱাৰিম, বাচিবও নোৱাৰিম।
135. পাছঁ টকীয়া নোটৰ দৰে হৈ গৈছে জীৱনটো, চলে কিন্তু ফটা অৱস্থাত।
136. ব্যক্তি এজনে জীৱনত দুটা বস্তুৰ লগতে হাৰি যায়, এটা হল সময় আৰু আনটো হল প্ৰেম, সময় কেতিয়াওঁ কাৰো নহয়, আৰু প্ৰেম কেতিয়াওঁ সকলোৰে নহয়।
137. যেতিয়ালৈকে আপুনি নিজৰ সমস্যাবোৰৰ বাবে আনক জগৰীয়া বুলি ভাবি থাকিব, তেতিয়ালৈকে আপুনি নিজৰ সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ ৰাস্তা বিচাৰি নাপাব।
138. সফলতাই আমাক জগতখনৰ লগত পৰিচয় কৰাই দিয়ে, আৰু অসফলতাই জগতখনক আমাৰ লগত পৰিচয় কৰাই দিয়ে।
139. ভালদৰে নিৰীক্ষণ কৰিলে দেখা যায় কোনো আপোন নহয়, আৰু মনত ভাবি ললে কোনো পৰ নহয়।
140. যেতিয়ালেকে আমি অলপ অলপ বুজিব ধৰো যে, জীৱনটো কি ? তেতিয়ালৈকে আমাৰ জীৱনৰ আধা পাৰ হৈ যায়।

Assamese Love Status

141. পিতৃ-মাতৃৰ হৃদয় জিনিলে তুমি জীৱনত সফল হবা, নহলে গোটেই জীৱন যুঁজত তুমি জয়ী হৈও হাৰি যাবা।
142. জীৱনটো আচলতে, এখন চাইকেল চলাই থকাৰ নিচিনা, ভাৰসাম্য বজাই ৰাখিবলৈ নিৰন্তৰ পেদেল মাৰি থাকিবই লাগিব।
143. দ্বিতীয় সুযোগ কেৱল কাহিনীয়ে দিব পাৰে, জীৱনে নহয়।
144. সম্বন্ধ যিমানেই বেয়া নহওঁক কিয় ইয়াক একেবাৰে চিঙি পেলাব নালাগে, কিয়নো.. অপৰিস্কাৰ পানী খোৱাৰ উপযোগী নহলেওঁ জুই নুমুৱাৰ বাবে উপযোগী হয়।
145. কাৰোবাক ভালপোৱা মানে বিবাহ নহয়, ভালপোৱা মানে এজনে আনজনৰ প্ৰতি থকা মৰম আৰু বিশ্বাস।
146. এটাৰ লগত আনটো খোপ্ জোৰা লগাই গলে শিকলি তৈয়াৰ হৈ যায়, কৰ্ম আৰু পৰিশ্রমক জোৰা লগাই গলে ভাগ্য তৈয়াৰ হৈ যায়।
147. খঙৰ ধুমুহাৰ কোব এনে ধৰণৰ হয়, যি বুদ্ধিৰ চাকিগচি নুমাই পেলায়।
148. জীৱনত সেই দুজন ব্যক্তিক নাপাহৰিবা যিয়েই তোমাৰ সুখৰ বাবে নিজৰ আশা ত্যাগ কৰিলে।
149. শৰীৰ চুব পৰাটো নহয়, হৃদয় চুব পৰাটোহে প্ৰকৃত প্ৰেম।
150. যদি মই জ্বলি থকা জুইকুৰাই তোমাৰ জীৱনটো পোহৰাব পাৰে, তেন্তে তেনেকুৱা হাজাৰকুৰা জুইত জ্বলিবলৈ মই প্ৰস্তুত।

Assamese Quotes About Life

 151. জীৱনৰ বাবে যেনেকৈ নিশ্বাসৰ প্ৰয়োজন, ঠিক তেনেকৈ সম্পৰ্কৰ বাবেও বিশ্বাসৰ খুবেই প্ৰয়োজন।

152. কাৰোবাক ভালপাওঁ বুলি কবলৈ সময় নালাগে কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱনটো লাগে।

153. প্ৰকৃত ভালপোৱাৰ পূৰ্ণতা ত্যাগৰ অবিহনে সম্ভৱ নহয়।

154. প্ৰকৃত ভালপোৱাত আৱেগ আৰু বিবেক দুয়োটাই সমানেই প্ৰয়োজনীয়।
155. পৃথিৱীখনৰ কাৰণে তুমি এজন সাধাৰণ মানৱ । কিন্তু এটা কথা মনত ৰাখিব তাৰে মাজৰ এজনৰ কাৰণে তুমি সমস্ত পৃথিৱী।
156. জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা, নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব পাৰিবা।
157. তােমাৰ জীৱনত যিমানে সমস্যা আহিব সিমানে তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলাে সমস্যাৰ লগত এটা সুযােগ লই আহে।
158. সফলতা পাবলৈ হ'লে ভাল বন্ধু প্রয়োজন, তাতকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰু প্রয়ােজন।
159. আমাৰ সকলােতকৈ ডাঙৰ দূর্বলতা হৈছে মাজ বাটতে ভাগৰি পৰা। সফল হােৱাৰ সকলােতকৈ সহজ উপাই হৈছে আকৌ এবাৰ চেষ্টা কৰা।
160. জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে, কেতিয়াবা কেতিয়াবা সেইজনেও জয়লাভ কৰে যিজনে ভাবে মই জয় হ'ব পাৰিম।

Love Status Assamese

161. অপেক্ষা কৰা সকলে সেইটো পাই, যিটো চেষ্টা কৰা সকলে এৰি থয় যায়।
162. ভগৱানৰ ভৰসাত ৰৈ নাথাকিবা, হয়তাে ভগৱান আপােনাৰ ভৰসাত ৰৈ আছে।
163. মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম। আৰু পইচাই কয় কিবা এটা কৰিলেহ মই তােমাৰ ওচৰলৈ আহিম।
164. বিশ্বাস শেষ হৈ গ'লে, যিমান গভীৰ বন্ধুত্ব হ'লেও বিচ্ছেদ হবলৈ বেছি পৰ নালাগিব।
165. তাক মই পাগলৰ দৰে ভাল পাইছিলো আৰু সি মোক সঁচা পাগল বুলি ভাবি এৰি গ'ল।
166. বিশ্বাস সকলোকে কৰিবা, কিন্তু অকণ সাৱধানে কাৰণ কেতিয়াবা নিজৰ দাঁতেৰেও জিভা কামোৰা যায় ।
167. অভিযোগ শেষ, যোগাযোগ শেষ, অধিকাৰ শেষ, তথাপিও কিছুমান মানুহৰ প্ৰতি মৰম ভালপোৱা শেষ নহয়।
168. "মৃত্যু আৰু ভালপোৱা" দুয়োটাই গম নিদিয়াকৈ আহে এটাই লৈ যায় মন আৰু এটাই লৈ যায় জীৱন।
169. মই যি গৰাকী ছোৱালীক হৰুৱালো তাই কেতিয়াও মোৰ নাছিলেই, কিন্তু তাই সেই মানুহ জনক হেৰুৱালে যি অকল তাইৰে আছিল।
170. সম্পৰ্ক বোৰ কেতিয়াও মৰি নাযায়, মানুহে ইয়াক মাৰি পেলায় কেতিয়াবা  ভুল কৰি, কেতিয়াবা খং কৰি, কেতিয়াবা  ঘৃণা কৰি, কেতিয়াবা কেতিয়াবা ভুল ধাৰণা কৰি।

Assamese Romantic Quotes

171. দুখ তেওঁ বেছি পাই , যিয়ে আনৰ দুখ বুজিব চেষ্টা কৰে।
172. গঢ়ো বুলিলেই সম্পৰ্ক গঢ়িব নোৱাৰি মনৰ মিল থাকিলেহে সম্পৰ্কৰ সৃষ্টি হয়।
173. সম্পৰ্ক লাগিলে যিয়েই নহওঁক কিয়, এজনে আনজনৰ অনুভূতি বোৰ বুজিবলৈ চেষ্টা কৰিলেহে, সম্পৰ্ক টো ধৰি ৰখাত সহজ হয়।
174. কেতিয়াবা কিছুমান মানুহে একো নকৰাকৈয়ে  হৃদয়ত ঠাই লয়।
175. দূৰত থাকিও , নেদেখা জনৰ ওচৰত তোমাৰ ভালৰ বাবে প্ৰাৰ্থনা কৰা জনেই , প্ৰকৃত আপোন।
176. বুজাবলৈ বহুত আহিব, কিন্ত বুজিবলৈ হে কোনো নাহে।
177. ভাগ্যত থাকিলে ফুতপাথ ৰ মিচিকিয়া হাহিৰ পৰা আৰম্ভণি হোৱা প্ৰেমৱেও, বিয়াৰ ৰূপ পায়।
178. নিসংগতাৰ সময়ত, সংগ দিয়া জনেই প্ৰকৃত আপোন।
179. কাৰো পৰা একো আশা নকৰিব, সুখী হৈ থাকিব পাৰিব।
180. অনুমান কৰি কাকো বেয়া বুলি নকব, কাৰণ , আপোনাৰ অনুমানে কাৰোবাৰ মনত আঘাত দিব পাৰে।

Assamese Inspirational Quotes

181. আনৰ লগত সুখী হৈ থকা জনৰ বাবে, নিজে কেতিয়াও দুখী অনুভৱ নকৰিব।
182. ধনী টো সকলোৱে হব পাৰে, কিন্তু শান্তিত সকলোৱে থাকিব নোৱাৰে।
183. এজনৰ ওপৰত আনজনৰ বিশ্বাস থাকিলে সকলো সম্পৰ্কই সফলতা অর্জন কৰিব পাৰে।
184. বিশ্বাসৰ যোগ্য হয় বুলি ভাবিব পৰা ক্ষমতা থাকিলেহে বিশ্বাসী জনক পোৱা যায়।
185. মধ্যবিত্ত পৰিয়ালৰ হোৱা কাৰণেও কিছুমান সপোন হেৰাই যায়।
186. যি পাইছা তাক নেহেৰুৱাবা, যি হেৰাই গৈছে তাক বিচাৰি হাবাথুৰি নাখাবা আৰু যি পোৱা নাই সেইয়া তোমাৰ ভাগ্যতেই নাছিল বুলি ভাৱি জীবনটো আগবঢ়াই নিয়া জন হে প্রকৃত মানুহ।
187. হেৰুৱা অতীতক নালাগে মাথোঁ তোক বিচাৰোঁ  তোৰ হৈ থাকিব বিচাৰোঁ আজীৱন প্ৰতিপল তোৰ লগত কটাব বিচাৰোঁ।
188. মৃত্যুক ভয় নকৰোঁ, জীয়াই থাকিবহে ভয় লাগে ! এই সুন্দৰ পৃথিৱীখনৰ অসৎ মানুহবোৰৰ কাৰণে।
189. জীৱনত এনেকুৱা বন্ধু বনোৱা, যিজনে 'আইনা, আৰু 'ছাৰ, দৰে থাকে, কিয়নো আইনাই কেতিয়াও মিছা নকয় আৰু ছাঁ য়ে কেতিয়াও তোমাৰ পিছ নেৰে,
190. কাৰোবাক ভালপোৱা মানে বিবাহ নহয়, ভালপোৱা মানে এজনে আনজনৰ প্ৰতি থকা মৰম আৰু বিশ্বাস ।

অসমীয়া প্ৰেমৰ Status

191. শাসন তেওঁহে কৰা যায় যাক বহুত বেছি অন্তৰৰ পৰা ভালপোৱা হয় ।
192. জীৱনত সেই দুজন ব্যক্তিক নাপাহৰিবা যিয়েই তোমাৰ সুখৰ বাবে নিজৰ আশা ত্যাগ কৰিলে ।
193. কাৰোবাক ভালপাওঁ বুলি কবলৈ সময় নালাগে কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱনটো লাগে ।
194. শৰীৰ চুব পৰাটো নহয়, হৃদয় চুব পৰাটোহে প্ৰকৃত প্ৰেম ।
195. মৃত্যৰ বাবে বহুতো ৰাস্তা আছে, কিন্তু জন্মৰ বাবে এটাই ৰাস্তা 'মা' ।
196. যদি মই জ্বলি থকা জুইকুৰাই তোমাৰ জীৱনটো পোহৰাব পাৰে, তেন্তে তেনেকুৱা হাজাৰকুৰা জুইত জ্বলিবলৈ মই প্ৰস্তুত ।
197. সম্পৰ্কত প্ৰতিশ্ৰুতিতকৈ বিশ্বাসৰ গুৰুত্ব বহুত বেছি।
198. ভালপোৱাৰ গুৰুত্ব অভিমানত নাই, বিশ্বাসত আছে।
199. প্ৰকৃত ভালপোৱাৰ পূৰ্ণতা ত্যাগৰ অবিহনে সম্ভৱ নহয় ।
200. তাক যাব নিদিবা, যি তোমাৰ হাজাৰ অৱহেলাৰ পাছতো তোমাকেই ভাল পাই থাকে ।

Short Assamese Quotes

201. মানুহে কেতিয়াও অকলে থাকিব নিবিছাৰে, কল্পনাত হলেও কোনোবা এজন কাষত থকাতো বিছাৰে, আৰু এইটো সকলোৱে জানে যে কল্পনাত অকল আপোনজনেই বাস কৰে।
202. ধৈৰ্য্য ধৰা, এদিন সকলো ঠিক হৈ যাব, এনেকুৱা সান্তনামূলক কথা বোৰো এদিন সত্য হৈ যায়, যেতিয়া মানুহে এজনে চিৰদিনৰ বাবে উশাহ ল'ব এৰি দিয়ে।
203. জীৱনৰ যিকোনো কঠিন পৰিস্থিতিত মুখত হাঁহি বিৰিঙাই থাকিব পৰাটো ভগৱানৰেই আশীৰ্বাদ।
204. মই তোমাক যিমান ভাল পাওঁ, তাতকৈ বেছি সন্মান কৰো।
205. এটা কথা সদায় মনত ৰাখিব, জীৱনত আপুনি যাক যিমান কষ্ট দিব, আপুনিও তাৰ দুগুণ কষ্ট পাব, সেইটো লাগিলে আজিয়ে হওঁক বা কালি।
206. আচলতে মানুহ সলনি নহয়, মানুহৰ আচল মূখাখন হে খোল খাই পৰে।
207. তুমি তেওঁৰ কথা চিন্তা কৰিবলৈ এৰি দিয়া, তেওঁ তোমাক আঘাত কৰিবলৈ এৰি দিব।
208. সলনি মইও হব বিচৰা নাছিলোঁ, কিন্তু কিছুমান পৰিস্থিতিয়ে মোক সলনি কৰিবলৈ বাধ্য কৰি দিলে।
209. বিশ্বাস জীৱনৰ আটাইতকৈ ডাঙৰ খেল।
210. যেতিয়াৰ পৰা নিজক ভাল পাবলৈ ললো, তেতিয়াৰ পৰাই সুখী অনুভব কৰিছো।

Status For Life In Assamese

211. সন্মান আৰু ভালপোৱা কাৰো পৰা খুজি নলবা।
212. দুটিমান সপোন আৰু হাজাৰ যুদ্ধ, এয়াই মোৰ জীৱন।
213. তুমি গুৰুত্ব কমাই দিবা, মই দূৰত্ব বঢ়াই দিম।
214. এই স্বাৰ্থপৰ পৃথিৱীখনত এতিয়া অকলশৰে থাকিয়েই ভাল লগা হল।
215. আত্মসন্মানতকৈ প্ৰেম ভালপোৱা কেতিয়াও ডাঙৰ হব নোৱাৰে।
216. ইমান ফু্ৰ্তি নকৰিবা, কাৰণ বছৰ হে সলনি হৈছে ভাগ্য খন নহয়।
217. তুমি মোক বেয়া বুলি কোৱাৰ আগত তুমি নিজেই ভাল হোৱাটো বেছি দৰকাৰী।
218. পাৰিলে আপোন কৰি লবা, নোৱাৰিলে আগতেই এৰি দিবা। কিন্তু সপোনবোৰ দেখুৱাই মাজবাটতে এৰি নিদিবা।
219. সেই সকলৰ বাবে হাঁহি থাকা ; যিসকলে তোমাক সদায় কান্দি থকাটো বিছাৰে।
220. যেতিয়া এজন মানুহে আন এজনৰ বাবে কান্দে সেইটো হ'ল আৱেগ। আৰু যেতিয়া এজন মানুহে আন এজনক কন্দুৱায় সেইটো হ'ল প্ৰতাৰণা।

ভালপোৱাৰ Status

221. সুখ-দুখ, হাঁহি-কান্দোন, পৰ-আপোন, সপোন-দিঠক, প্ৰতাৰণা-ভালপোৱা, ধনী-দুখীয়া, পোৱা-নোপোৱা, এয়াই হল জীৱন।
222. জীৱনটোৰ পৰা এটা কথাই শিকিছো - সম্পৰ্ক সকলোৰে লগত ৰাখিবা, কিন্তু আশা কাৰোৰে ওপৰত নকৰিবা।
223. জীৱনত সেইজন মানুহক বিচাৰিবা যাৰ হাঁহিৰ মাজত সুখ থাকে, আভিমানৰ মাজত মৰম থাকে, নিৰৱতাৰ মাজত অপেক্ষা থাকে।
224. সকলো সঁচা প্ৰেম কাহিনীয়েই বিবাহৰ ৰূপ নাপায়, কিছুমান সঁচা প্ৰেম কাহিনী স্মৃতি হৈও ৰৈ যায়।
225. ভালপোৱা মানেই সদায় কাষত থকা বা সদায় কথা পতা নহয়, ভালপোৱা মানে দূৰত থাকিও সদায় এজন আনজনৰ হৃদয়ত থকা।
226. মানুহ যিমানেই সুখী নহওঁক কিয় অকলশৰে থকাৰ সময়ত তেওঁলৈ হে মনত পৰে, যাক তেওঁ অন্তৰৰ পৰা ভাল পায়।
227. জীৱনত প্ৰেম কৰা মানুহ বহুত পাবা, কিন্তু Care আৰু Respect কৰা মানুহ বহুত কম পাবা।
228. স্বার্থ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে তুমি সকলোৰে প্রিয় হয় থাকিবা
229. ব্লক নহয় অৱজ্ঞা কৰিবলৈ শিকা, কাৰণ ব্লক কৰিলে তেওঁ তোমাৰ উন্নতি কেনেকৈ দেখিব।
230. মোৰ শূণ্যতাই তোমাক এদিন নিঃশব্দে কন্দোৱাব।

Assamese Quotes Love

231. আজি মোক শাসন কৰা কাৰোবাৰ  অভাৱ  বাবে বেয়া হৈ গৈ আছোঁ।
232. কান্দিলে সকলো বস্তু বিছাৰি পোৱা নাযায়, কিছুমান বস্তু হাহিঁৰ সৈতে এৰি দিব লাগে।
233. বিশ্বাস ৰক্ষা কৰিবলৈ শিকা, কাৰন এবাৰ বিশ্বাস ভাঙিলে সত্যও মিছা যেন লাগে।
234. পাৰিলে তেওঁক ভাল পাবা যাক তুমি সদায় আইনাত দেখা।
235. মানুহৰ সমস্যা আত্মকেন্দ্ৰিক, কাকো বুজি পোৱাৰ ক্ষমতা কাৰো নাই।
236. যেতিয়া তুমি কোনো কাৰণ নোহোৱাকৈ সুখী অনুভৱ কৰা, বিশ্বাস কৰা যে কোনোবাই তোমাৰ কাৰণে প্রার্থনা কৰিছে।
237. এনেও স্বাৰ্থ শেষ হলে আৰু প্ৰয়োজন নোহোৱা হয় যায়।
238. মানুহে সদায় হাঁহি থাকিবলৈ শিকিব লাগে, কান্দিবলৈটো জীৱনে জন্মৰ লগে লগেই শিকাই দিয়ে।
239. নাপাও বুলি জানিও আপোনাক ভাল পাই থকা জনৰ প্রেমহে প্ৰকৃত প্রেম, অন্যধা নিজৰ স্বাৰ্থ আৰু প্ৰয়োজনৰ বাবে ভাল পোৱাজনে একেবাৰে আতঁৰি যায় গৈ।
240. পৰিণতিত যদি বিচ্ছেদদেই হয়, তেন্তে আৰম্ভনি কিয় ইমান ৰঙীন হয়!

Assamese Sad Shayari 2023

241. পত্নীৰ বাবে বলীয়া হোৱাটৌ কাপুৰুষালী নহয়, শ্ৰেষ্ঠ স্বামীৰ পৰিচয়, কাৰণ পিতৃ মাতৃৰ পিছত কেৱল পত্নীয়েহে সুখ দুখৰ সমভাগী হয়।
242. এটা ভাল দিন পাবৰ বাবে আপুনি হাজাৰটা বেয়া দিনৰ সৈতে যুঁজ দিব লাগিব।
243. আত্মসন্মান ৰক্ষা কৰাটো  বেছি জৰুৰী!" নিজকে তললৈ পেলাই আনৰ পচন্দ হোৱাতকৈ।
244. মই কেতিয়াও কাকো অভিশাপ দি পোৱা নাই  মাত্ৰ এইটো ভাবি জীয়াই আছো যে ভগৱানে সকলো দেখে।
245. তুমি যিদৰে জীয়াই আছা সেয়া বহুতৰে সপোন সেয়ে হতাহ নহবা, কৃতজ্ঞতা হোৱা।
246. তুমি কাৰোবাক নাপালে মৰি যাবা সেইটো হ'ল আৱেগ। তোমাক জন্ম দিব গৈ এজনী মাতৃয়ে মৃত্যুৰ লগত যুদ্ধ কৰি আহিছে এইটো বাস্তৱতা।
247. সেইবোৰ মানুহৰ বাবে আত্ম-সন্মান বিসৰ্জন নিদিবা, যিসকলে তোমাৰ আৱেগ আৰু অনুভূতিক গুৰুত্ব নিদিয়ে।
248. আটাইতকৈ বেছি কষ্টৰ কথাবোৰ কাকো কোৱা নাযায়। মানুহে যিবোৰ কৈ থাকে সেইবোৰ আচলতে তাৰ সত্যিকাৰৰ কষ্ট নহয়।
249. যিজনে বিচ্ছেদৰ পিছতো প্রাক্তনৰ প্ৰশংসা কৰে সেইজনৰ প্ৰেমত ভালপোৱাৰ অভাৱ নাছিল।
250. কষ্ট বিক্ৰী কৰিব পাৰিলে অন্ততঃ পক্ষত দুখীয়া আৰু মধ্যবিত্ত সকলে ধনী হ'ব পাৰিলেহেঁতেন।

Sad Assamese Love Status

251. আত্মহত্যা কেতিয়াওঁ সমাধান নহয়। অথচ মানুহে সমাধান বিচাৰি নাপাই আত্মহত্যা কৰে।
252. প্ৰতিষ্ঠিত হোৱাৰ পিছত মানুহে যিটো ব্যৱহাৰ কৰে সেইটোৱেই তাৰ প্ৰকৃত ব্যৱহাৰ।
253. Ignore কৰিব পৰা শিকিলে জীৱনৰ প্ৰায় আধা সমস্যাৰ সমাধান হ'লেহেঁতেন।
254. যেতিয়া তুমি বাস্তৱতা শিকিবা, তেতিয়া তুমি অনুভূতিতকৈ আত্ম-সন্মানক গুৰুত্ব বেছি দিবা।
255. Depression ত থাকিলে মানুহে নিজৰ আটাইতকৈ পছন্দনীয় কামটো কৰিবলৈয়ো পাহৰি যায়।
256. মই নিজে হাতে নষ্ট কৰা বস্তুসমূহৰ মাজত এটা বস্তু হ'ল মই নিজেই।
257. প্ৰয়োজন আৰু বাস্তৱতা এই দুটি শব্দৰ মাজতে আমাৰ জীৱন সীমাৱদ্ধ।
258. কেতিয়াবা কেতিয়াবা জীৱনত সঠিক মানুহ অহাৰ বাবে ভুল মানুহ এৰি যোৱাটো প্ৰয়োজন।
259. নিজৰ ইচ্ছামতে চলিব খুজিলে আপুনি হয়তো নিৰুদ্দেশ হ'ব লাগিব নতুবা স্বাৰ্থপৰ হ'ব লাগিব।
260. ভালপোৱা আৰু মৃত্যু দুয়োটাই নিমন্ত্ৰণহীন অতিথি। এজনে আহি মন লৈ যায় আনজনে লৈ যায় জীৱন।

Romantic Quotes In Assamese

261. অনুভূতি, মায়া আৰু ভালপোৱা যিমান কম প্ৰকাশ কৰিব, মানুহে আঘাত কৰাৰ সুযোগ সিমানেই কম পাব।
262. মানুহৰ সমস্যা সমূহ আত্ম-কেন্দ্ৰিক। এজন মানুহে আন এজন মানুহৰ সমস্যা বুজাৰ ক্ষমতা নাৰাখে।
263. এজন পুৰুষৰ ডাঙৰ ভুল হ'ল যে প্ৰতিষ্ঠিত নোহোৱাকৈ বেলেগক লৈ সপোন দেখা।
264. পৰিপূৰ্ণ সুখ বুলি একো নাই। আচলতে, জীৱন মানেই হ'ল সুখ-দুখৰ মিশ্ৰণ।
265. মানুহে তীব্ৰ ইচ্ছা-আকাংক্ষা লৈ যিটো বিচাৰে এটা সময়ত সেইটো হেৰুৱাই নিঃস্ব হৈ যায়।
266. মানুহে গোটেই দিন মনে মিলা মানুহ বিচাৰি ফুৰে। কিন্তু, দিনৰ শেষত ৰূপ আৰু অৰ্থৰ হে প্ৰেমত পৰে।
267. সঠিক পৰিকল্পনা আৰু অক্লান্ত পৰিশ্ৰমে তোমাক তোমাৰ সপোন পূৰণ কৰাত সহায়ক হ'ব।
268. সন্তানে গোৰ মৰাৰ অভ্যাস জন্মৰ আগৰ পৰাই। পাৰ্থক্য হ'ল গৰ্ভত থাকোঁতে মাৰিলে মায়ে আনন্দ পায় আৰু ভূমিষ্ঠ হৈ মাৰিলে মায়ে কষ্ট পায়।
269. সম্পৰ্ক কেতিয়াও দূৰত্বৰ বাবে শেষ নহয়। সম্পৰ্ক শেষ হয় একপক্ষৰ প্ৰয়োজন শেষ হোৱাৰ বাবে।
270. মানুহক দায়িত্ববোধ শিকাই দিব নালাগে। পৰিস্থিতিয়ে মানুহক দায়িত্বশীল বনাই দিয়ে।

অসমীয়া Love Quotes

271. উচ্চশিক্ষিত মানুহ হোৱাতকৈ উচ্চ মানসিকতাৰ মানুহ হোৱাটো বেছি জৰুৰী।
272. পৃথিৱীৰ আটাইতকৈ নিম্নমানৰ অহংকাৰ হ'ল ৰূপ-সৌন্দৰ্য্য আৰু ধন-সম্পত্তিক লৈ কৰা অহংকাৰ।
273. মানুহ প্ৰতিশ্ৰুতি দিয়ে কেৱল মাত্ৰ মুহূৰ্তটো সুন্দৰ কৰাৰ বাবে। ইয়াৰ বাহিৰে বেলেগ কোনো কাৰণ নাই।
274. কেতিয়াবা কেতিয়াবা নিজৰ আত্ম-সন্মান জীয়াই ৰাখিবলৈ হ'লে নিজৰ হৃদপিণ্ডক কষ্ট দিব লাগে।
275. এই স্বাৰ্থপৰ পৃথিৱীত কোনো সম্পৰ্কই নিঃস্বাৰ্থৰ নহয়। হওঁক সেইটো বন্ধুত্ব নতুবা ভালপোৱা।
276. অযথা আনৰ লগত নিজৰ দুখঃৰ আলোচনা নকৰিবা। সন্মুখত ছিমপেথি দেখাব আৰু পিছত আনন্দ ল'ব।
277. পৃথিৱীৰ আটাইতকৈ নিষ্ঠুৰ তৃষ্ণা হ'ল কাৰোবাৰ লগত অলপ কথা পতাৰ ইচ্ছা।
278. কিছুমান পৰিস্থিতিয়ে মানুহৰ জীয়াই থকাৰ প্ৰবল ইচ্ছাটোও ভাঙি দিয়ে।
279. আনৰ সু কৰ্মৰ প্ৰশংসা যিজনে নকৰে সেইজন নি:সন্দেহে অহংকাৰী।
280. জীৱনৰ প্ৰকৃত সোৱাদ একাকীত্বৰ মাজতে পোৱা যায়। যদি সেইটো উপভোগ কৰাৰ ধৈৰ্য্য থাকে।

Famous Quotes In Assam

281. অতীতৰ স্মৃতি আৰু ভৱিষ্যতৰ চিন্তাই মানুহৰ আধা জীৱন নষ্ট কৰে।
282. আচলতে আৱেগ লুকাই ৰাখিব লাগে। অতি আৱেগে মানুহক আগবাঢ়িব নিদিয়ে।
283. যদি আপুনি কাঁইট বিহীন কোনো পথ বিচাৰি পায় তেন্তে বুজিব যে সেইটো কোনো অন্ধ মানুহৰ পথ। তাত কোনো সাফল্য লুকায়িত নাই।
284. কোনেও কাৰোবাৰ বাবে যোগ্য নহয়। যোগ্যতা বিবেচনা কৰি ল'ব লাগে।
285. গাৰ বৰণে সৌন্দৰ্য্য বুজায় আচৰণে বুজায় ব্যক্তিত্ব।
286. সৌন্দৰ্য আৰু টকা-পইচাৰ মাজত বৰ্তমান সমাজে মানুহৰ যোগ্যতা বিচাৰি ফুৰে।
287. গাৰ বৰণ, উচ্চতা, আৰু টকা-পইচাৰ কথা কৈ কাৰোবাক অপমান কৰাটো পৃথিৱীৰ আটাইতকৈ নিকৃষ্ট মানুহৰ কাম।
288. দেউতাকৰ পকেট সন্তানৰ বাবে উন্মুক্ত কিন্তু সন্তানৰ পকেট দেউতাকৰ বাবে সংক্ষিপ্ত। তথাপিও দেউতাকে সন্তানৰ ওপৰত সন্তুষ্ট।
289. কোনে কাষত থাকিব আৰু কোনে নাথাকিব সেইটো Promise ৰ ওপৰত নিৰ্ভৰ নকৰে। সেইটো নিৰ্ভৰ কৰে বেয়া সময় আৰু পৰিস্থিতিৰ ওপৰত।
290. বাস্তৱতা মানি লোৱা ইমান সহজ নহয়। কিন্তু এবাৰ যদি মানি লোৱা যায় তেন্তে জীৱন সুন্দৰময় হয়।

Short Status For Whatsapp

291. এটা সময়ৰ পিছত আপুনি লক্ষ্য কৰিব যে সময়ৰ ব্যৱধানত আপোনাৰ ওচৰত এজনো বন্ধু নাই।
293. অলসতা এনে এক সুখ, যাৰ পৰিনাম হ'ল দুখঃ।
294. নাৰীৰ বুকুৰ মাংস যিটো প্ৰথমে তোমাৰ চকুত পৰে। সেইটোৱেই তোমাৰ খাদ্য আছিল মায়ে যেতিয়া প্ৰসৱ কৰে।
295. সৰু সৰু কথাতে যদি আপুনি হাৰ্ট হয়। তেন্তে পৃথিৱীখন আপোনাৰ বাবে বহুত কঠিন হৈ পৰিব।
296. চিত্ৰৰ লগতে চৰিত্ৰটোও সুন্দৰ কৰা আৰু ভৱনৰ লগতে ভাৱনা বোৰো ধুনীয়া কৰা।
297. আপুনি আগতে খবৰ লোৱাৰ পিছত যিসকলে আন্তৰিকতা দেখুৱায় কিন্তু আপুনি খবৰ নললে কোনোদিনে খবৰ নলয়, সিহঁতে আপোনাৰ একো নহয়।
298. নিজৰ প্ৰাপ্ত উচ্চ শিক্ষা লৈ অহংকাৰ কৰা বেয়া নহয় কিন্তু, সেই উচ্চ শিক্ষাৰ দ্বাৰা কাৰোবাক অপমান কৰা উচিত নহয়।
299. তুমি আচলতে যিটোক "ভালপোৱা আছিল" বুলি জানা, সেইটো আচলতে  এক প্ৰকাৰৰ "শিক্ষা" আছিল।
300. এটি বিশ্বস্ত হাত বুলি ক'লে মই একমাত্ৰ দেউতাকৰ হাতখনকেই বুজোঁ।

Short Captions For Pictures Of  Yourself

301. পলম কৰি হ'লেও নিজেই উপাৰ্জন কৰিব শিকা। কিয়নো অৱশেষত মানুহে তোমাৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰিয়েই তোমাক বিচাৰ কৰিব।
302. বিচ্ছেদ হওঁক সেইবোৰ ভালপোৱা, যিবোৰ ভালপোৱাত মানসিক শান্তি পোৱা নাযায়।
303. যাৰ পৰিয়ালত মানসিক শান্তি আছে সেইজনতকৈ সুখী মানুহ দ্বিতীয় আৰু নাই।
304. উপাৰ্জন অলপ হওঁক বা বেছি। নিজে উপাৰ্জন কৰি পৰিয়াল পোহ-পাল দিয়াৰ তৃপ্তি আটাইতকৈ বেছি।
305. এটা নিৰ্দিষ্ট বয়সৰ পিছত অনুভূতিতকৈ আত্ম-সন্মানক বেছি গুৰুত্ব দিয়া উচিত।
306. আজি-কালি মানুহে ধেমালি কম কৰে। ধেমালিৰ ছলেৰে অপমান বেছি কৰে।
307. দেউতাকৰ শাসন আৰু মাকৰ গালি পৃথিৱীৰ শ্ৰেষ্ঠতম উপহাৰ।
308. আগতে যাক পোৱাৰ বাবে প্ৰাৰ্থনা কৰিছিলোঁ এতিয়া তাক পাহৰি যোৱাৰ বাবে প্ৰাৰ্থনা কৰোঁ।
309. যিটো লিখা-পঢ়া আজি তোমাৰ ওচৰত বোজা মনত হৈ আছে সেইটো লিখা-পঢ়াই এদিন তোমাৰ আৰামদায়ক জীৱনৰ কাৰণ হ'ব।
310. ধনৱানৰ তালিকাত নহয় কাৰোবাৰ প্ৰাৰ্থনাৰ তালিকাত থাকা। কাৰণ, য'ত অৰ্থই কাম নকৰে তাত প্ৰাৰ্থনাই কাম কৰে।

Short Deep Quotes

311. পৃথিৱীত মানুহতকৈ সুন্দৰ আৰু মানুহতকৈ ভয়ংকৰ বেলেগ একো নাই।
312. অবৈধ সম্পৰ্ক বুলি একো নাই। যিটো সম্পৰ্কত ভালপোৱা নাই সেইটো সম্পৰ্কই অবৈধ। ভালপোৱা হীন কোনো সম্পৰ্কই বৈধ নহয়।
313. প্ৰেমিক হিচাপে ব্যৰ্থ হোৱা ল'ৰাজনেও এদিন সন্তানৰ আদৰ্শৱান দেউতা হয়।
314. সম্পৰ্কৰ বয়স বঢ়াৰ লগে-লগে ইগনোৰৰ পৰিমাণ বাঢ়ে। প্ৰিয়জন পুৰণি লাগে, ভালপোৱা কমি থাকে, ব্যস্ততা বাঢ়ি থাকে।
315. কিছুমান পুৰুষে নাৰীৰ শৰীৰ দেখি ভালপায় আৰু কিছুমান নাৰীয়ে শৰীৰ দেখাই পুৰুষৰ পৰা ভালপোৱাৰ আশা কৰে।
316. এই পৃথিৱীত যদি তোমাৰ উন্নতি দেখি কোনোবাই সুখী হয় তেন্তে সেই সকল হ'ল তোমাৰ মা-দেউতা। আন কোনোবাই নহয়।
317. কোনোবাই দোষ বিচাৰি থাকে সংশোধন কৰি দিয়াৰ বাবে আৰু কোনোবাই দোষ বিচাৰে অপমান কৰাৰ বাবে।
318. যদি জীৱনৰ কিছুমান ভুল শুধৰণি কৰিব পাৰিলোঁহেঁতেন তেন্তে আজি জীৱন সুন্দৰ হ'লেহেঁতেন।
319. যিজন ল'ৰাই নাৰীক সন্মান কৰিব জানে তেওঁ নিশ্চয় কোনো সন্মানিত মাকৰ সন্তান।
320. যদি আপোনাক দেখি কোনোবাই হিংসা কৰে তেন্তে কৰিব দিয়ক। আপোনাৰ মাজত গুণ আছে বাবেই হিংসা কৰে।

Short Instagram Captions

321. দেউতাকক অনুসৰণ কৰি যিমানখিনি শিকিব পাৰোঁ এটা লাইব্ৰেৰীৰ কিতাপ পঢ়িও সিমানখিনি শিকিব নোৱাৰোঁ।
322. কোনোবাই প্ৰিয়জনক হেৰুৱাই একাকীত্ব অনুভৱ কৰে, কোনোবাই আকৌ প্ৰিয়জনক লৈ আনন্দ উপভোগ কৰে।
323. পৃথিৱীত কোনো মানুহেই সম্পূৰ্ণ ৰূপে Perfect নহয়। এই কথাষাৰ মানি ললেই সম্পৰ্কবোৰ বহুত সহজতেই হৈ যায়।
324. দিনৰ শেষত এজন পুৰুষে ঘৰত আহে অলপ শান্তিৰ আশাত। এজনী স্ত্ৰীয়ে ইচ্ছা কৰিলে সুখ ও দিব পাৰে দুখ ও দিব পাৰে।

325. জ্ঞানী ব্যক্তিয়ে আগত চিন্তা কৰে পিছত কথা কয় আৰু অজ্ঞানী ব্যক্তিয়ে আগত কথা কয় পিছত চিন্তা কৰে।
326. মানুহৰ চাহিদাৰ শেষ নাই সেইবাবে মানুহে সন্তুষ্ট থাকিব নোৱাৰে।
327. বাস্তৱতা কেতিয়াওঁ সুন্দৰ গল্পৰ দৰে নহয় আৰু সুন্দৰ গল্প কেতিয়াওঁ বাস্তৱতাৰ দৰে নহয়।
328. যিমান সময় জিকি থাকিবা সিমান সময় হাত-চাপৰিৰ অভাৱ নহ'ব। কিন্তু যদি হাৰি যোৱা তেতিয়া ধৰাৰ বাবে এটা হাত পোৱাটোও দুষ্কৰ।
329. সৰলতা আৰু নম্ৰতা গুণ অবিহনে আনৰ পৰা কেতিয়াও স্নেহ পাব নোৱাৰি। দয়া আৰু প্ৰেমৰ দানো একো একোটি মহৎ পুন্য কাম।
330. অহংকাৰৰ পৰা যেনেদৰে গৰ্বব উৎপন্ন হয়, তেনেদৰে মোহৰ বন্ধনৰ পৰা ভ্ৰান্তিৰ উৎপন্ন হয়। যি ব্যক্তিয়ে আনক ঈৰ্ষা নকৰি প্ৰসংসা কৰিব শিকিছে, তেওঁৱেই সৰ্ববচ্চ ভাগ্যবান।
331.জীৱনত বেছি একো নিবিচাৰোঁ, মাথোঁ, এনেকুৱা এজন বিচাৰোঁ, যি জনে মাথোঁ মোক ভালপাব আৰু বহুত care লব ।
332.প্ৰকৃত ভালপোৱাৰ পূৰ্ণতা ত্যাগৰ অবিহনে সম্ভৱ নহয় ।
333.তাক যাব নিদিবা, যি তোমাৰ হাজাৰ অৱহেলাৰ পাছতে তোমাকেই ভাল পাই থাকে ।
334.জীৱনৰ বাবে যেনেকৈ নিশ্বাসৰ প্ৰয়োজন, ঠিক তেনেকৈ সম্পৰ্কৰ বাবেও বিশ্বাসৰ খুবেই প্ৰয়োজন ।
335.সম্পৰ্কৰ নাম যিয়েই নহওঁক, সকলো সময়ত তোমাৰ কাষত থকাটোহে আচল কথা ।
336.তোমাৰ সুখৰ বাবে যি তোমাৰ পৰা আঁতৰি থাকিবলৈও কুণ্ঠাবোধ নকৰে, বিশ্বাস কৰা,তেওঁতকৈ ভাল আৰু কোনেও তোমাক পাব নোৱাৰে ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad